• English
  • Hindi
  • Punjabi
  • Marathi
  • German
  • Gujarati
  • Urdu
  • Telugu
  • Bengali
  • Kannada
  • Odia
  • Assamese
  • Nepali
  • Spanish
  • French
  • Japanese
  • Arabic
  • Home
  • Noida
  • Breaking
  • National
    • New India
  • International
  • Entertainment
  • Crime
  • Business
  • Sports
Notification
  • Home
  • Noida
  • Breaking
  • National
    • New India
  • International
  • Entertainment
  • Crime
  • Business
  • Sports
  • Home
  • Noida
  • Breaking
  • National
    • New India
  • International
  • Entertainment
  • Crime
  • Business
  • Sports
  • Noida
  • Breaking
  • National
  • International
  • Entertainment
  • Crime
  • Business
  • Sports
CliQ INDIA Sites > CliQ INDIA Assamese > National > সংসদ ভৱন সন্ত্ৰাসবাদী আক্ৰমণৰ বাৰ্ষিকী: ৰাষ্ট্ৰপতি, প্ৰধানমন্ত্ৰী আৰু মন্ত্ৰীসকলৰ শ্বহীদলৈ শ্ৰদ্ধাঞ্জলি
National

সংসদ ভৱন সন্ত্ৰাসবাদী আক্ৰমণৰ বাৰ্ষিকী: ৰাষ্ট্ৰপতি, প্ৰধানমন্ত্ৰী আৰু মন্ত্ৰীসকলৰ শ্বহীদলৈ শ্ৰদ্ধাঞ্জলি

CliQ INDIA
Last updated: December 14, 2025 12:56 am
CliQ INDIA
Share
2 Min Read
SHARE
कहदीह
हीउीरउ

নতুন দিল্লী, ১৩ ডিচেম্বৰ (হি.স.)। সংসদ ভৱনৰ সন্ত্ৰাসবাদী আক্ৰমণৰ বৰ্ষপূৰ্তি উপলক্ষে শনিবাৰে বীৰ শ্বহীদসকলক শ্ৰদ্ধাৰে স্মৰণ কৰি ৰাষ্ট্ৰপতি দ্ৰৌপদী মুৰ্মু, প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোডী, প্ৰতিৰক্ষা মন্ত্ৰী ৰাজনাথ সিং আৰু গৃহমন্ত্ৰী অমিত শ্বাহে শ্ৰদ্ধাঞ্জলি জ্ঞাপন কৰে।

২০০১ চনৰ ১৩ ডিচেম্বৰত জইছ-ই-মহম্মদ আৰু লস্কৰ-ই-তৈবাৰ ৫জন সন্ত্ৰাসবাদীয়ে সংসদ ভৱনত আক্ৰমণ চলাইছিল যদিও ভাৰতীয় নিৰাপত্তাৰক্ষীয়ে নিজৰ জীৱনকো তুচ্ছ কৰি তেওঁলোকৰ পৰিকল্পনা বিফল কৰাই নহয়, সকলোকে ধৰাশায়ী কৰিছিল। এই আক্ৰমণত পাঁচজন দিল্লী আৰক্ষী জোৱান, এগৰাকী মহিলা কনিষ্টবল, আৰু দুজন নিৰাপত্তাৰক্ষীয়ে চূড়ান্ত ত্যাগ কৰিলে।

এই শ্বহীদসকলক স্মৰণ কৰি ৰাষ্ট্ৰপতিগৰাকীয়ে এক্সত কয়, “২০০১ চনৰ আজিৰ দিনটোতে আমাৰ সংসদ ৰক্ষা কৰি প্ৰাণ আহুতি দিয়া বীৰ বীৰসকলক ৰাষ্ট্ৰই প্ৰণাম জনাইছে। তেওঁলোকৰ সাহস আৰু কৰ্তব্যৰ প্ৰতি নিষ্ঠাই আমাৰ জাতীয় মনোভাৱক অনুপ্ৰাণিত কৰি থাকিব। ৰাষ্ট্ৰ তেওঁলোকৰ লগতে তেওঁলোকৰ পৰিয়ালৰ ওচৰত চিৰদিনৰ বাবে ঋণী হৈ থাকিব। আজিৰ দিনটোত আমি ভাৰতৰ সন্ত্ৰাসবাদৰ বিৰুদ্ধে যুঁজিবলৈ ভাৰতৰ সকলো দায়বদ্ধতাক পুনৰ দোহৰায়।”

উপ-ৰাষ্ট্ৰপতি চি.পি. ৰাধাকৃষ্ণন, প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে সংসদত সন্ত্ৰাসবাদী আক্ৰমণৰ সময়ত প্ৰাণ আহুতি দিয়া নিৰাপত্তাৰক্ষীসকলক শ্ৰদ্ধাঞ্জলি জনায় ।

প্ৰতিৰক্ষা মন্ত্ৰী ৰাজনাথ সিঙে কয়, ‘সংসদ ভৱনত কাপুৰুষীয়া সন্ত্ৰাসবাদী আক্ৰমণৰ সময়ত অভেদ্য ঢালৰ দৰে থিয় দিয়া সাহসী নিৰাপত্তাৰক্ষীসকলক আমি আন্তৰিক শ্ৰদ্ধাঞ্জলি জনাইছো। তেওঁলোকে আমাৰ গণতন্ত্ৰৰ আত্মা ৰক্ষাৰ বাবে প্ৰাণ আহুতি দিছিল। তেওঁলোকৰ সাহস, সৰ্বোচ্চ ত্যাগ, আৰু অদম্য কৰ্তব্যবোধ সদায় দেশৰ চেতনাত জীয়াই থাকিব আৰু ভাৰতক অনুপ্ৰাণিত কৰি যাব।

গৃহমন্ত্ৰী অমিত শ্বাহে কয়, আজি সন্ত্ৰাসবাদৰ বিৰুদ্ধে যুঁজত আমাৰ নিৰাপত্তা বাহিনীৰ অদম্য সাহস আৰু বীৰত্বক পুনৰ এবাৰ স্মৰণ কৰাৰ দিন। ২০০১ চনত তেওঁলোকৰ দৃঢ়তা আৰু মনোভাৱেৰে তেওঁলোকে বিশ্বৰ সৰ্ববৃহৎ গণতন্ত্ৰৰ মন্দিৰ আমাৰ সংসদ ভৱনত কাপুৰুষীয়া সন্ত্ৰাসবাদী আক্ৰমণ বিফল কৰিলে। উপযুক্ত প্ৰতিদান দিওঁতে শ্বহীদ হোৱা নিৰাপত্তাৰক্ষীসকলক মই শ্ৰদ্ধাঞ্জলি জনাইছো। এই ৰাষ্ট্ৰ এইসকল সাহসী যোদ্ধাসকলৰ ত্যাগ আৰু শ্বহীদৰ বাবে সদায় ঋণী হৈ থাকিব।

हिन्दुस्थान समाचार / অৰৱিন্দ

হাৰিয়ানা দিৱসত ৰাজ্যবাসীলৈ প্ৰধানমন্ত্ৰী মোদীৰ শুভেচ্ছা জ্ঞাপন
এক লাখৰো অধিক লোকৰ কলকাতাত গীতা পাঠ
মধ্যপ্ৰদেশৰ বেতুলত আজিৰে পৰা ছয়দিনীয়া আদী বজাৰ মহোৎসৱ
আজি সন্ধিয়া দুদিনীয়া গুজৰাট ভ্ৰমণত আহমেদাবাদত উপস্থিত হ’ব প্ৰধানমন্ত্ৰী, আগবঢ়াব ৫৪০০ কোটিৰ প্ৰকল্পৰ উপহাৰ
ৰাষ্ট্ৰপতি মুৰ্মুৱে আজি সুৰাজকুণ্ড আন্তঃৰাষ্ট্ৰীয় শিল্প মেলা উদ্বোধন কৰিব

Sign Up For Daily Newsletter

Be keep up! Get the latest breaking news delivered straight to your inbox.
[mc4wp_form]
By signing up, you agree to our Terms of Use and acknowledge the data practices in our Privacy Policy. You may unsubscribe at any time.
Share This Article
Facebook Whatsapp Whatsapp Telegram Copy Link Print
Share
What do you think?
Love0
Sad0
Happy0
Angry0
Wink0
Previous Article ১৪ বছৰৰ পাছত ভাৰতলৈ উভতিল লিয়নেল মেছি, কলকাতাৰ পৰা ভ্ৰমণ আৰম্ভ
Next Article জটিল ৰোগত আক্ৰান্ত চেঙাৰ গোপালপুৰৰ এটি অসহায় পৰিয়ালৰ সহায়ৰ কাতৰ আহ্বান
Leave a Comment Leave a Comment

Leave a Reply Cancel reply

Your email address will not be published. Required fields are marked *

Stay Connected

FacebookLike
XFollow
InstagramFollow
YoutubeSubscribe
- Advertisement -
Ad imageAd image

Latest News

চিইঅ’ৰ সাদৰপুৰ গাঁও পৰিদৰ্শন, উন্নয়নমূলক কাম দ্ৰুতগতিত সম্পন্ন কৰাৰ নিৰ্দেশ
Noida
January 15, 2026
দিল্লী বিশ্ববিদ্যালয়ৰ অনুষ্ঠানত শিক্ষামন্ত্ৰীৰ আহ্বান: নেশামুক্ত কেম্পাছ ৰাষ্ট্ৰীয় দায়িত্ব
Noida
January 14, 2026
গ্ৰেটাৰ নয়ডা প্ৰাধিকৰণৰ চাৰি দিনীয়া আকস্মিক পানীৰ গুণমান পৰীক্ষা অভিযান সম্পন্ন, পৰিষ্কাৰ খোৱা পানীৰ নিৰন্তৰ যোগানৰ আশ্বাস
Noida
January 13, 2026
বিধানসভাৰ ফুটেজৰ আধাৰত ৰুজু হোৱা এফআইআৰক লৈ পঞ্জাব আৰক্ষী বিষয়াসকললৈ দিল্লী বিধানসভা সচিবালয়ৰ নোটিছ
National
January 12, 2026

//

We are rapidly growing digital news startup that is dedicated to providing reliable, unbiased, and real-time news to our audience.

We are rapidly growing digital news startup that is dedicated to providing reliable, unbiased, and real-time news to our audience.

Sign Up for Our Newsletter

Sign Up for Our Newsletter

Subscribe to our newsletter to get our newest articles instantly!

Follow US

Follow US

© 2026 cliQ India. All Rights Reserved.

CliQ INDIA Assamese
  • English – अंग्रेज़ी
  • Hindi – हिंदी
  • Punjabi – ਪੰਜਾਬੀ
  • Marathi – मराठी
  • German – Deutsch
  • Gujarati – ગુજરાતી
  • Urdu – اردو
  • Telugu – తెలుగు
  • Bengali – বাংলা
  • Kannada – ಕನ್ನಡ
  • Odia – ଓଡିଆ
  • Assamese – অসমীয়া
  • Nepali – नेपाली
  • Spanish – Española
  • French – Français
  • Japanese – フランス語
  • Arabic – فرنسي
Welcome Back!

Sign in to your account

Username or Email Address
Password

Lost your password?