• English
  • Hindi
  • Punjabi
  • Marathi
  • German
  • Gujarati
  • Urdu
  • Telugu
  • Bengali
  • Kannada
  • Odia
  • Assamese
  • Nepali
  • Spanish
  • French
  • Japanese
  • Arabic
  • Home
  • Noida
  • Breaking
  • National
    • New India
  • International
  • Entertainment
  • Crime
  • Business
  • Sports
Notification
  • Home
  • Noida
  • Breaking
  • National
    • New India
  • International
  • Entertainment
  • Crime
  • Business
  • Sports
  • Home
  • Noida
  • Breaking
  • National
    • New India
  • International
  • Entertainment
  • Crime
  • Business
  • Sports
  • Noida
  • Breaking
  • National
  • International
  • Entertainment
  • Crime
  • Business
  • Sports
CliQ INDIA Sites > CliQ INDIA Assamese > Sports > আই পি এলত বলিং কৰিবলৈ উপলব্ধ থাকিব অষ্ট্ৰেলিয়াৰ অল ৰাউণ্ডাৰ কেমেৰন গ্ৰীন
Sports

আই পি এলত বলিং কৰিবলৈ উপলব্ধ থাকিব অষ্ট্ৰেলিয়াৰ অল ৰাউণ্ডাৰ কেমেৰন গ্ৰীন

CliQ INDIA
Last updated: December 14, 2025 5:56 pm
CliQ INDIA
Share
1 Min Read
SHARE

নতুন দিল্লী, ১৪ ডিচেম্বৰ (হি.স.)। অষ্ট্ৰেলিয়াৰ অলৰাউণ্ডাৰ কেমেৰন গ্ৰীনে দেওবাৰে স্পষ্ট কৰি দিয়ে যে তেওঁ ইণ্ডিয়ান প্ৰিমিয়াৰ লীগ (আই পি এল) ২০২৬ত বলিং কৰিবলৈ উপলব্ধ হ’ব। আই পি এল নিলামত বেটছমেন হিচাপে তালিকাভুক্ত হোৱাৰ কাৰণ তেওঁৰ মেনেজাৰৰ ভুল বুলি কয়।

গ্ৰীনে আই পি এল ২০২৬ৰ মিনি অকচনত বিশেষ বেটছমেন হিচাপে পঞ্জীয়ন কৰিছে যদিও তেওঁ ফাষ্ট বলিং অল ৰাউণ্ডাৰ। ১৬ ডিচেম্বৰত সংযুক্ত আৰব আমিৰশ্বাহীৰ আবুধাবিত অনুষ্ঠিত হ’ব এই মিনি নিলাম।

মই বলিং কৰিবলৈ সাজু। মোৰ মেনেজাৰে এইটো ভাল পাব নেকি নাজানো, কিন্তু তেওঁৰ ফালৰ পৰা ই অলপ ভুল আছিল। তেওঁ ‘বেটছমেন’ বুলি ক’ব বিচৰা নাছিল। মই ভাবো যে তেওঁ ভুলতে ভুল বাকচত টিক মাৰিলে সেয়া যথেষ্ট ধেমেলীয়া, কিন্তু আচলতে ইয়াৰ দোষ আছিল তেওঁৰ।’- দেওবাৰে পুৱা এডিলেইডত অষ্ট্ৰেলিয়াৰ প্ৰশিক্ষণৰ পূৰ্বে গ্ৰীনে এইদৰে কয়।

ওখ উচ্চতাৰ ২৬ বছৰীয়া অল ৰাউণ্ডাৰগৰাকীয়ে ২০২৩ চনত মুম্বাই ইণ্ডিয়ানছ আৰু ২০২৪ চনত ৰয়েল চেলেঞ্জাৰছ বেংগালুৰুক প্ৰতিনিধিত্ব কৰিছিল। গ্ৰীণৰ ভিত্তি মূল্য ২ কোটি ₹।

পিঠিৰ অস্ত্ৰোপচাৰৰ পৰা সুস্থ হোৱাৰ বাবে ২০২৫ চনৰ ছিজনত খেলিব নোৱাৰিলে গ্ৰীনে। জুন মাহত বেটছমেন হিচাপে আন্তঃৰাষ্ট্ৰীয় ক্ৰিকেটলৈ ঘূৰি আহিছিল। অৱশ্যে তাৰ পিছত তেওঁক বলিং কৰিবলৈ ক্লিয়াৰ কৰা হৈছে আৰু বৰ্তমান অষ্ট্ৰেলিয়া আৰু ইংলেণ্ডৰ মাজত চলি থকা এছেছ শৃংখলাত বলিং কৰি আছে।

हिन्दुस्थान समाचार / অৰৱিন্দ

কৃষ্ণ জয়শংকৰে ৰাষ্ট্ৰীয় অভিলেখ ভংগ, মাউণ্টেন ৱেষ্ট ইনড’ৰ চেম্পিয়নশ্বিপত ব্ৰঞ্জৰ পদক লাভ | BulletsIn
আম্পায়াৰৰ সিদ্ধান্তত আপত্তি কৰাৰ বাবে আইচিচিৰ ৱেষ্ট ইণ্ডিজৰ প্ৰশিক্ষক ডেৰেন ছেমীক জৰিমনা
বিশ্বকাপ শ্বুটিংঃ মহিলাৰ এয়াৰ পিষ্টলত ঈশাৰ সোণৰ পদক লাভ, ভাৰতৰ প্ৰথম পদক অৰ্জন
বিপিএলৰ আগন্তুক সংস্কৰণত চট্টগং কিংছৰ হৈ খেলিব ছাকিব আল হাছান | BulletsIn
পৰ্তুগাল ডেনমাৰ্কক ৫-৩ৰে পৰাস্ত কৰি ইউএফএ নেচনছ লীগৰ ছেমি ফাইনেলত প্ৰৱেশ কৰে | BulletsIn

Sign Up For Daily Newsletter

Be keep up! Get the latest breaking news delivered straight to your inbox.
[mc4wp_form]
By signing up, you agree to our Terms of Use and acknowledge the data practices in our Privacy Policy. You may unsubscribe at any time.
Share This Article
Facebook Whatsapp Whatsapp Telegram Copy Link Print
Share
What do you think?
Love0
Sad0
Happy0
Angry0
Wink0
Previous Article পশ্চিম গোৱালপাৰাৰ কল্যাণপুৰ-ৰাইজে আটক কৰিলে ইটা ভৰ্তি দুখন অ’ভাৰলোড বাহন
Next Article অভিনেতা অৰ্জুন ৰামপালৰ প্ৰেমিকাৰ সৈতে বাগ্দান
Leave a Comment Leave a Comment

Leave a Reply Cancel reply

Your email address will not be published. Required fields are marked *

Stay Connected

FacebookLike
XFollow
InstagramFollow
YoutubeSubscribe
- Advertisement -
Ad imageAd image

Latest News

নিচত আপোনাৰ প্ৰবন্ধটো আসামি ভাষাত সম্পূর্ণভাবে পুনৰলিখন কৰি দিয়া হৈছে। মূল তথ্য, ভাৱ, গাম্ভীৰ্য আৰু সংবাদধর্মী শৈলী সম্পূৰ্ণভাৱে অক্ষুণ্ণ ৰখা হৈছে।
Noida
January 17, 2026
চিইঅ’ৰ সাদৰপুৰ গাঁও পৰিদৰ্শন, উন্নয়নমূলক কাম দ্ৰুতগতিত সম্পন্ন কৰাৰ নিৰ্দেশ
Noida
January 15, 2026
দিল্লী বিশ্ববিদ্যালয়ৰ অনুষ্ঠানত শিক্ষামন্ত্ৰীৰ আহ্বান: নেশামুক্ত কেম্পাছ ৰাষ্ট্ৰীয় দায়িত্ব
Noida
January 14, 2026
গ্ৰেটাৰ নয়ডা প্ৰাধিকৰণৰ চাৰি দিনীয়া আকস্মিক পানীৰ গুণমান পৰীক্ষা অভিযান সম্পন্ন, পৰিষ্কাৰ খোৱা পানীৰ নিৰন্তৰ যোগানৰ আশ্বাস
Noida
January 13, 2026

//

We are rapidly growing digital news startup that is dedicated to providing reliable, unbiased, and real-time news to our audience.

We are rapidly growing digital news startup that is dedicated to providing reliable, unbiased, and real-time news to our audience.

Sign Up for Our Newsletter

Sign Up for Our Newsletter

Subscribe to our newsletter to get our newest articles instantly!

Follow US

Follow US

© 2026 cliQ India. All Rights Reserved.

CliQ INDIA Assamese
  • English – अंग्रेज़ी
  • Hindi – हिंदी
  • Punjabi – ਪੰਜਾਬੀ
  • Marathi – मराठी
  • German – Deutsch
  • Gujarati – ગુજરાતી
  • Urdu – اردو
  • Telugu – తెలుగు
  • Bengali – বাংলা
  • Kannada – ಕನ್ನಡ
  • Odia – ଓଡିଆ
  • Assamese – অসমীয়া
  • Nepali – नेपाली
  • Spanish – Española
  • French – Français
  • Japanese – フランス語
  • Arabic – فرنسي
Welcome Back!

Sign in to your account

Username or Email Address
Password

Lost your password?